Lean On [Assamese translation]

Songs   2024-10-05 09:34:30

Lean On [Assamese translation]

তোমাৰ মনত আছেনে, বেছি দিনৰ কথা নহয়

আমি ফুটপথেৰে কুজকাৰিছিলো

কন্মানি আছিলো, মনত আছেনে?

আমি মাথোঁ দুয়ুৰ যত্ন কৰিছিলো

কিন্তু ৰাতিটো গৰম আছিল

আমি সাহসি আৰু যুৱান আছিলো

সকলো দিশৰ পৰা বতাহ চলিল

আমি কেৱল তাৰ যোৱাৰ অপেক্ষা কৰিছিলো

[Chorus]

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক কেৱল কাৰুবাৰ সমৰ্থন লাগে

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক মাথোঁ কাৰুবাৰ সমৰ্থনৰ প্ৰয়োজন

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক কেৱল কাৰুবাৰ সমৰ্থন লাগে

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক মাথোঁ কাৰুবাৰ সমৰ্থনৰ প্ৰয়োজন

আমি যেতিয়া বুঢ়া হম তেতিয়া কি কৰিম?

আমি হেই পথেৰেই খুজকাৰিমনে?

তুমি মুৰ কাষত থাকিবা নে?

ঢৌ বোৰৰ দৰে মজবোতিৰে থিয় হৈ

যেতিয়া ৰাতিবোৰ দীঘল আছিল

তুমি ঘৰত অহাৰ অপেক্ষা কৰিছিলো

সকলো দিশৰ পৰা বতাহ চলিল

আমি কেৱল তাৰ যোৱাৰ অপেক্ষা কৰিছিলো

[Chorus]

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক কেৱল কাৰুবাৰ সমৰ্থন লাগে

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক মাথোঁ কাৰুবাৰ সমৰ্থনৰ প্ৰয়োজন

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক কেৱল কাৰুবাৰ সমৰ্থন লাগে

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক মাথোঁ কাৰুবাৰ সমৰ্থনৰ প্ৰয়োজন

আমাক মাথোঁ কাৰুবাৰ সমৰ্থনৰ প্ৰয়োজন

আমাক মাথোঁ কাৰুবাৰ সমৰ্থনৰ প্ৰয়োজন

আমাক মাথোঁ কাৰুবাৰ সমৰ্থনৰ প্ৰয়োজন...

[Instrumental]

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক কেৱল কাৰুবাৰ সমৰ্থন লাগে

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক মাথোঁ কাৰুবাৰ সমৰ্থনৰ প্ৰয়োজন

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক কেৱল কাৰুবাৰ সমৰ্থন লাগে

এটা চুমা দিয়া, এটা বন্দুক চলোৱা

আমাক মাথোঁ কাৰুবাৰ সমৰ্থনৰ প্ৰয়োজন

See more
Major Lazer more
  • country:United States
  • Languages:English, Spanish, English (Jamaican), Portuguese+3 more, French, Italian, English (Nigerian Pidgin)
  • Genre:Dance, Reggae, Electronica
  • Official site:http://majorlazer.com/
  • Wiki:http://en.wikipedia.org/wiki/Major_Lazer
Major Lazer Lyrics more
Major Lazer Featuring Lyrics more
Major Lazer Also Performed Pyrics more
Excellent Songs recommendation
Popular Songs
Copyright 2023-2024 - www.lyricf.com All Rights Reserved