Naked [Assamese translation]

Songs   2024-05-14 16:06:42

Naked [Assamese translation]

উদঙ

[Dev]

তুমি এজনী ছোৱালী পালা

যুন মুৰ দৰে কোনোবা বস্তু হৈ বুলি নালগে

হেইজনি ছোৱালী, তোমাৰ মাই সদাই তোমাৰ হব বুলি কৈছিল

তেন্তে তুমি কব পাৰা, তুমি কব পাৰা যে

মই আসাহীন

[Enrique]

কিন্তু এইজনিয়ে হেইজনি ছোৱালী নহয়

মই বিছাৰো যে তুমি হোৱা

ছোৱালী জনি জুন মুক উপৰত ৰাখে

আৰু মই সপোনত দেখা পাও

তেন্তে তুমি কব পাৰা, তুমি কব পাৰা যে

মই তাইক ভাল পাও

[Ensemble]

তেন্তে মুৰ চিন্তা নাই সিহঁতে কি কৈ

এইটো মুৰ জীৱন, জীৱন, জীৱন

আমি বিচাৰিলে নাচিব পাৰো

এয়া ঠিক বুলি ভাবা

তাপমাত্ৰা বঢ়িছে

মই জুইটো অনুভৱ কৰিছো

আজি নিশা, মাথোঁ মই আৰু তুমি

[Dev]

মুক কোৱা বেবি, তুমি থাকিবা নে ইয়াত যেতিয়া মই খাৰ পাম

বিনা মেকাপৰ সৈতে

মই মিছা দেখুওৱাবৰ নিবিচাৰো

[Enrique]

আৰু তোমাৰ সন্দেহ নাই প্ৰতি পল যদি মুৰ তোমাৰ মনত পৰে

প্ৰতেকবাৰ তোমাৰ লগত থাকিলে

মই উদঙ অনুভৱ কৰোঁ

[Ensemble]

(Hey!)মই উদঙ অনুভৱ কৰোঁ, মই বিচাৰো, তেন্তে মুক প্ৰাপ্ত কৰিব দিয়া, তুমি কৈছ যে তুমি পাইছা, তুমি নাহা নে? মই খাজো

[Enrique]

যদি মই কলো হৈ ছোৱালী

অহা আৰু মূৰ লগত পলাই বলা

এতিয়া তুমি এয়া ছব পেলাই দিবা নেকি

মই জানিব লাগিব, জানিব লাগিব যে

এইটো শেষ হোৱা নাই

[Dev]

কাৰণ তুমি এইজন লৰা

দেউতাই তোমাক মুৰ পৰা আঁতৰি থাকিব দিছিল

কিন্তু তুমি কল্পনাৰ বাহিৰে আৰু একো নহয়

মই জানিব লাগিব, জানিব লাগিব যে

তুমি আমাক বিশ্বাস কৰিবলৈ যথেষ্ট শক্তিশালী হবা

[Ensemble]

তেন্তে মুৰ চিন্তা নাই সিহঁতে কি কৈ

এইটো মুৰ জীৱন, জীৱন, জীৱন

আমি বিচাৰিলে নাচিব পাৰো

এয়া ঠিক বুলি ভাবা

তাপমাত্ৰা বঢ়িছে

মই জুইটো অনুভৱ কৰিছো

আজি নিশা, মাথোঁ মই আৰু তুমি

[Dev]

মুক কোৱা বেবি, তুমি থাকিবা নে ইয়াত যেতিয়া মই খাৰ পাম

বিনা মেকাপৰ সৈতে

মই মিছা দেখুওৱাবৰ নিবিচাৰো

[Enrique]

আৰু তোমাৰ সন্দেহ নাই প্ৰতি পল যদি মুৰ তোমাৰ মনত পৰে

প্ৰতেকবাৰ তোমাৰ লগত থাকিলে

মই উদঙ অনুভৱ কৰোঁ

[Ensemble]

(Hey!)মই উদঙ অনুভৱ কৰোঁ, মই বিচাৰো, তেন্তে মুৰ প্ৰাপ্ত কৰিব দিয়া, তুমি কৈছ যে তুমি পাইছা, তুমি নাহা নে এইটো পাবলৈ

[Enrique]

মুৰ চিন্তা নাই সিহঁতে কি কৈ

এইটো মুৰ জীৱন, জীৱন, জীৱন

আমি বিচাৰিলে নাচিব পাৰো

এয়া ঠিক বুলি ভাবা

[Dev]

তাপমাত্ৰা বঢ়িছে

মই জুইটো অনুভৱ কৰিছো

আজি নিশা, মাথোঁ মই আৰু তুমি

আজি নিশা, মাথোঁ মই আৰু তুমি

তেন্তে মুক কোৱা বেবি, তুমি থাকিবা নে ইয়াত যেতিয়া মই খাৰ পাম

[Enrique]

মই উদঙ অনুভৱ কৰোঁ

[Dev]

মই উদঙ অনুভৱ কৰোঁ

[Ensemble]

Hey! মই উদঙ অনুভৱ কৰোঁ, মই বিচাৰো, তেন্তে মুক প্ৰাপ্ত কৰিব দিয়া, তুমি কৈছ যে তুমি পাইছা, তুমি নাহা নে? এইটো এটা কাতার্যাকস

মই উদঙ অনুভৱ কৰোঁ, মই বিচাৰো, তেন্তে মুক প্ৰাপ্ত কৰিব দিয়া, তুমি কৈছ যে তুমি পাইছা, তুমি নাহা নে? মই সাজু

আজি নিশা মাথোঁ মই আৰু তুমি

  • Artist:Dev
  • Album:The Night The Sun Came Up (2011)
See more
Dev more
  • country:United States
  • Languages:English
  • Genre:Dance, Electronica
  • Official site:http://www.devishot.com/
  • Wiki:http://en.wikipedia.org/wiki/Dev_(singer)
Dev Lyrics more
Dev Featuring Lyrics more
Excellent Songs recommendation
Popular Songs
Copyright 2023-2024 - www.lyricf.com All Rights Reserved