Despacito [Assamese translation]

Songs   2024-05-06 02:11:19

Despacito [Assamese translation]

অ', তুমি জানানে যে মই তোমাক কিছু সময়ৰ পৰা লক্ষ্য কৰি আছিলো

মই আজি তোমাৰ লগত নাচিব লাগিব (DY!)

মই দেখিছো যে তোমাৰ চেহৰাই ইতিমধ্যে মুক মাতি আছে

মই গৈ থকা পথটো মুক দেখুৱাই দিয়া (Oh)।

তুমি, তুমি হলা সম্বুক আৰু মই ধাতু

মই কাষলৈ আহি আছো আৰু পৰিকল্পনা কৰি আছো

যাৰ বিষয় ভাবিয়ে মোৰ পাল্চ বাঢ়ি জাই (Oh, yeah)

মই, মই সাধাৰণত কৈ বেছি আনন্দ পাই আছো

মোৰ সকলো ইন্দ্রিয় বোৰে আৰু বেছি বিচাৰি আছে

এইটো বিনা কোনো ঝামেলাৰে গ্ৰহণ কৰিব লাগিব

লাহে কৈ

মই তোমাৰ দিঙিত উশা লব খুজো লাহে কৈ

মুক তোমাৰ কানত কিবা কবৰ দিয়া

যাতে তুমি মোৰ লগত নাথাকিলেও তোমাৰ মনত থাকে

লাহে কৈ

মই চুমাৰ সৈতে তোমাৰ বস্ত্ৰ খুলিব খুজো লাহে কৈ

তোমাৰ গোলকধাঁধাৰ দেয়ালত সহি কৰিম

আৰু তোমাৰ গোটে দেহক এটা পাণ্ডুলিপি বনাম

(উপৰত, উপৰত, উপৰত... উপৰত, উপৰত!)

মই তোমাৰ চুলিৰ নৃত্য চাব খুজো

মই তোমাৰ তাল হ'ব খুজো

মই বিছৰো যে তুমি মোক দেখুওৱা

তোমাৰ প্ৰিয় স্থানসমূহ (প্ৰিয়, প্ৰিয়, বেবি!)

মোক তোমাৰ বিপদ বোৰ অতিক্ৰম কৰিব দিয়া

যাতে তুমি চিয়োৰা

আৰু তোমাৰ উপাধি পাহৰি যোৱা।

DY!

যদি মই টোমক এটা চুমা খুজো, তুমি আহি দিবা

মই জানো যে তুমি এই বিষয়ে ভাবি আছা

মই কিছু সময়ৰ পৰা চেষ্টা কৰি আছো

চেনাই, এইটোৱে দিয়ে আছে আৰু দিয়ে আছে

তুমি জানানে যে মোৰ লগত তোমাৰ হিয়া বোম বোম কৰে

তুমি জানানে যে এই শিশুটোৱে মোৰ বোম বোমৰ অপেক্ষা কৰি আছে

আহা মোৰ মুখৰ পৰীক্ষা কৰি চোৱা যে ইয়াৰ সোৱাদ কেনেকুৱা

মই চাব খুজো তোমাৰ কিমান মৰম আছে

মই জল্ডা জল্ডি কৰা নাই, মই ভ্রমণ কৰিব খুজো

বলা লাহে কৈ আৰম্ভ কৰো পাছত বন্য হৈ পৰো।

এখুজ এখুজ কৈ, কোমল কোমল কৈ

অলপ অলপ কৈ আমি আকৰ্ষিত হৈ আছে

যেতিয়া তুমি মোক ইমান দক্ষতাৰে চুমা

মোৰ লগে যেন তুমি উপাদেয়ভাবে বিদ্বেষপৰায়ণ

এখুজ এখুজ কৈ, কোমল কোমল কৈ

অলপ অলপ কৈ আমি আকৰ্ষিত হৈ আছা

আৰু এনে যেন এই সৌন্দর্য এটি ধাঁধা হয়

কিন্তু মোৰ ওচৰত জোৰা লগাবলৈ ইয়াৰ টুকুৰা বোৰ আছে।

লাহে কৈ

মই তোমাৰ দিঙিত উশা লব খুজো লাহে কৈ

মুক তোমাৰ কানত কিবা কবৰ দিয়া

যাতে তুমি মোৰ লগত নাথাকিলেও তোমাৰ মনত থাকে

লাহে কৈ

মই চুমাৰ সৈতে তোমাৰ বস্ত্ৰ খুলিব খুজো লাহে কৈ

তোমাৰ গোলকধাঁধাৰ দেয়ালত সহি কৰিম

আৰু তোমাৰ গোটে দেহক এটা পাণ্ডুলিপি বনাম

(উপৰত, উপৰত, উপৰত... উপৰত, উপৰত!)

মই তোমাৰ চুলিৰ নৃত্য চাব খুজো

মই তোমাৰ তাল হব খুজো

মই বিছৰো যে তুমি মোক দেখুওৱা

তোমাৰ প্ৰিয় স্থানসমূহ (প্ৰিয়, প্ৰিয়, বেবি!)

মোক তোমাৰ বিপদ বোৰ অতিক্ৰম কৰিব দিয়া

যাতে তুমি চিয়োৰা

আৰু তোমাৰ উপাধি পাহৰি যোৱা।

লাহে কৈ

আমি এয়া পুৱাৰ্টো ৰিক'ৰ এখন উপকূলত গৈ কৰিম

যেতিয়া লৈকে ঢৌ বোৰে চিয়ৰিব, "হে প্ৰভো" বুলি

যাতে মোৰ চিলটো তোমাৰ লগত থাকে

এখুজ এখুজ কৈ, কোমল কোমল কৈ

অলপ অলপ কৈ আমি আকৰ্ষিত হৈ আছে

মই বিছৰো যে তুমি মোক দেখুওৱা

তোমাৰ প্ৰিয় স্থানসমূহ (প্ৰিয়, প্ৰিয়, বেবি!)

এখুজ এখুজ কৈ, কোমল কোমল কৈ

অলপ অলপ কৈ আমি আকৰ্ষিত হৈ আছে

যাতে তুমি চিয়োৰা (Fonsi!)

আৰু তোমাৰ উপাধি পাহৰি যোৱা।(DY)

লাহে কৈ।

See more
Luis Fonsi more
  • country:Puerto Rico
  • Languages:Spanish, English, Portuguese, Chinese
  • Genre:Latino, Reggaeton
  • Official site:http://www.luisfonsi.com/
  • Wiki:http://es.wikipedia.org/wiki/Luis_Fonsi
Luis Fonsi Lyrics more
Luis Fonsi Featuring Lyrics more
Luis Fonsi Also Performed Pyrics more
Excellent Songs recommendation
Popular Songs
Copyright 2023-2024 - www.lyricf.com All Rights Reserved